Subscribe
URL of the page has been copied to clipboard.
Meaning : আকাৰ ইঙ্গিতৰ দ্বাৰা লুকাই ৰখা কথা বুজি লোৱা
Example : চাকৰণীজনীক দেখিয়েই মই ধাৰণা কৰিব পাৰিছিলো যে তাই কিবা লুকুৱাই ৰাখিছে
Synonyms : বুজ পোৱা
Meaning : অনুমানৰ এক অৱস্থা
Example : আপুনি এই কলমটোৰ মূল্য অনুমান কৰকচোন ?
Synonyms : অনুমান কৰা
Meaning : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা
Example : মোৰ তেওঁ ্নাহিব যেন লাগিছে
Synonyms : গম পোৱা, লগা
Install App