Meaning : ধর্মশীল হোৱা অৱস্থা বা ভাব
Example :
ধর্মশীলতাৰ যোগেদি মানুহৰ নৈতিক আৰু চাৰিত্রক উত্তৰণ ঘটে
Synonyms : ধর্ম-্পৰায়ণতা, ধর্মপ্র্াণতা, ধর্মশীলতা, ধার্মিকতা
Meaning : ধর্মৰ ওপৰত বিশ্বাস
Example :
মায়া-জালত পৰি মহৎ লোকৰো ধর্মনিষ্ঠাত কেতিয়াবা আউল লাগে