Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী
Example : বেজে নাড়ী পৰীক্ষা কৰিছে
Synonyms : নাড়ী, শিৰা, সিৰ
Meaning : হৃদযন্ত্রৰ পৰা বিশুদ্ধ তেজ সমগ্র শৰীৰলৈ কঢ়িয়াই লৈ যোৱা ৰক্তবাহী নলী বিশেষ
Example : ধমনীত বিশুদ্ধ তেজ চলাচল কৰে
Meaning : শৰীৰত তন্তুময় সংযোগী শিৰাৰে গঠিত হোৱা সেই নলী যি পেশীক হাড় বা অন্য কোনো ভাগৰ সৈতে সংলগ্ন কৰি ৰাখে
Example : আমাৰ শৰীৰত গোৰোহাৰ পিছফালে সকলোতকৈ সবল সিৰাডাল আছে
Synonyms : নাড়ী, সিৰা
Install App