Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিশেষ কামৰ কাৰণে একগোট বা জমা কৰা ধন
Example : গ্রাম্যাঞ্চলৰ বিকাশৰ কাৰণে দিয়া নিধিৰ অপপ্রয়োগ কৰা হৈছে
Synonyms : নিধি, ফাণ্ড
Meaning : লেন-দেন আদি বিশেষ কামৰ কাৰণে দিয়া বা প্রাপ্য নিশ্চিত ধন
Example : বেংকৰ পৰা এতিয়ালৈকে আপুনি কিমান ধন লাভ কৰিছে
Synonyms : ধন, ধন ৰাশি
Install App