Subscribe
URL of the page has been copied to clipboard.
Meaning : বাঁহ বা লোহা আদিৰ মিহি পাত বেঁক্া কৰি দূইমূৰে গুণ লগাই সজা অস্ত্র, যিহেৰে কাঁড় মৰা হয়
Example : চিকাৰীজনে ধনুৰে বাঘটোলৈ শৰ নিক্ষেপ কৰিলে
Synonyms : ধনুক, ধেনু
Meaning : ৰাশিচক্র গণনাৰ দ্বাদশ ৰাশিৰ মাজৰ নৱম ৰাশি
Example : এই মাহটো ধনু ৰাশিৰ লোকৰ কাৰণে ভাল
Synonyms : ধনু ৰাশি, ধনুৰাশি
Install App