Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন ব্যক্তিৰ ওচৰত বহুত ধন আছে
Example : পৃথিৱীত ধনী ব্যক্তিৰ অভাৱ নাই
Synonyms : ধনকুবেৰ, ধনী ব্যক্তি, ধনৱন্ত, ধনৱান ব্যক্তি, মালদাৰ
Meaning : যিজন ধন-সম্পত্তিৰে সমৃদ্ধিশালী
Example : তেওঁ এজন ধনী ব্যক্তি চহকী লোকৰ স্বভাৱ ফলদায়ক গছৰ দৰে হʼব লাগে
Synonyms : চহকী, দৌলতদাৰ, ধনন্তী, ধনৱান, বিত্তশালী, বিত্তৱান
Install App