Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ঠাইত ৰজা-মহাৰজা আদিয়ে নিজৰ বিষয়ববীয়াসকলৰ লগত একেলগে বহে
Example : ৰজা-মহাৰজাৰ দৰবাৰত কবি, গায়ক আদি উপস্থিত আছিল
Synonyms : ৰাজ-দৰবাৰ, ৰাজদৰবাৰ
Install App