Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰাষ্ট্র আদিৰ ক্ষতিসাধন কৰা বহুত ডাঙৰ উপদ্রৱ
Example : মঙ্গল পাণ্ডেই ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল
Synonyms : বিদ্রোহ
Meaning : শত্রুৰ ভাব বা কার্য
Example : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
Synonyms : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, প্রতিকূলতা, বিদ্বেষ, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
Install App