Subscribe
URL of the page has been copied to clipboard.
Meaning : দৌৰ মৰা কার্য ্বা ভাব
Example : দৌৰাৰ পিছত অলপ আৰাম কৰা উচিত
Meaning : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা
Example : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ
Synonyms : ঘূৰা, লৰা-ঢপৰা কৰা
Meaning : বৰ সঘনাই ভৰি দাঙি যোৱা
Example : মেকুৰীজনীয়ে নিগনিটো দেখিয়েই তাৰফালে দৌৰিলে
Synonyms : দৌৰ মৰা, লৰ মৰা
Meaning : ভৰিৰে অতি বেগাই যোৱা
Example : তেওঁ দৌৰা লʼৰাটোক ধৰিবলৈ অসমৰ্থ হʼল
Install App