Subscribe
URL of the page has been copied to clipboard.
Meaning : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়
Example : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়
Synonyms : দʼল, দেৱ-গৃহ, দেৱ-দৌল, দেৱ-মন্দিৰ, দেৱগৃহ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, মন্দিৰ
Meaning : দেৱ-দেৱী আদিৰ মূর্তি স্থাপন কৰি পূজা-উপাসনা কৰা গৃহ
Example : তেওঁ নিতৌ স্নান কৰি মন্দিৰলৈ যায়
Synonyms : দʼল, দেৱগৃহ, দেৱালয়, ধর্মমন্দিৰ, মন্দিৰ
Meaning : অনেক ৰং থকা
Example : দৌল এক বাৰেৰহনীয়া উৎসৱ
Synonyms : দৌল উৎসৱ, দৌলোৎসৱ, ফল্গুৎসৱ, ফাকুৱা
Install App