Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজৰ ৰক্ষাৰ কাৰণে কাৰোবাক চিঞৰি মতা কার্য
Example : মহিলাগৰাকীয়ে ন্যায় লাভ কৰিবৰ কাৰণে ৰজাক অনুনয়-বিনয় কৰিলে
Synonyms : অনুনয়-বিনয়
Meaning : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া
Example : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়
Synonyms : অচিলা, অজুহাত, আপত্তি, ওজৰ, ওজৰ-আপত্তি, কাৰণ, চেলু, বাহনা, বিনাকাৰণ, লেচু
Install App