Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দোকান-পোহাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

দোকান-পোহাৰ   বিশেষ্য

Meaning : বিক্রীৰ বাবে বস্তু ৰখা আৰু কোনো বস্তু ক্রয় কৰিব পৰা বা টকাৰ বিনিময়ত কাম কৰি দিয়া মানুহে নি্র্মাণ কৰি লোৱা ঘৰ বা ঠাই বিশেষ

Example : এই বজাৰখনত মোৰ ফলৰ দোকান আছে

Synonyms : দোকান, বিপণি