Subscribe
URL of the page has been copied to clipboard.
Meaning : নিয়ত বা সাধাৰণতকৈ বেছি সময়
Example : মোৰ ইয়ালৈ অহাত দেৰি হʼলেও চিন্তা কৰিব নালাগে
Synonyms : আলম-বিলম, গহৰি, পলম, বিলম্ব
Meaning : সাধাৰণ বা অপেক্ষিত সময়ৰ পিছৰ বা পিছত হোৱা
Example : নাজানো কিয় মই ৰাতি দেৰিলৈ শুব নোৱাৰিলো
Install App