Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
Example : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
Synonyms : প্রদেশ, প্রান্তৰ, ৰাজ্য
Meaning : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
Example : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
Synonyms : চৰকাৰ, ৰাষ্ট্র
Meaning : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ
Example : চাৰিওফালে মিছাৰ ৰাজ্য
Synonyms : সাম্রাজ্য, স্থলী, ৰাজ্য
Meaning : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
Example : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
Synonyms : ৰাষ্ট্র
Meaning : কোনো দেশত বাস কৰা লোক
Example : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
Meaning : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি
Example : ভাৰত মোৰ দেশ
Synonyms : গৃহভূমি
Install App