Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দৃঢ় from অসমীয়া dictionary with examples, synonyms and antonyms.

দৃঢ়   বিশেষণ

Meaning : যি সিদ্ধান্ত সলনি নহয়

Example : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

Synonyms : অটল, অবিচল, একনিষ্ঠ, একাগ্র, নিমগ্ন, স্থিৰ

Meaning : যাৰ কোনো শিথিলতা নাই:চেগুনৰ কাঠেৰে সজা ফার্ণিচাৰ মজবুত হয় মোৰ মনটো অতি দৃঢ়

Example :

Synonyms : অশিথিল, মজবুত

Meaning : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি

Example : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল

Synonyms : অনমনীয়, অনম্য, কঠোৰ

Meaning : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

Example : পাহাৰ-পর্বত স্থিৰ

Synonyms : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ