Subscribe
URL of the page has been copied to clipboard.
Meaning : দুটা বস্তু বা বিন্দুৰ মাজৰ স্থান বা মাত্রা
Example : ঘৰৰপৰা কার্যালয়লৈকে দূৰত্ব প্রায় এক কিলোমিটাৰ
Synonyms : অন্তৰ, তফাৎ, পার্থক্য
Meaning : দূৰ হোৱা অৱস্থা বা ভাব
Example : দুই ভাইৰ মাজত কাজিয়া-পেচালৰ কাৰণে দিনে-দিনে দূৰত্ব বাঢ়ি গৈ আছে
Install App