Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
Example : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
Synonyms : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, সুকঠিন
Meaning : যিটো কৰিবলৈ কঠিন
Example : হিমালয় পর্বত আৰোহণ কৰাটো কার্য
Synonyms : দুঃসাধ্য, দুষ্কৰ
Meaning : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
Example : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
Synonyms : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, বিচল
Meaning : যিটো সোনকালে বুজি পোৱা নাযায়
Example : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
Synonyms : অবোধগম্য, কঠিন, টান
Meaning : যিটো গম্য নহয় বা যাব নোৱাৰা
Example : আমি ্ দুর্গম পথৰ পথিক
Synonyms : অগম্য, কঠিন, দুর্গম, দুর্গম্য, দুৰধিগম্য
Install App