Subscribe
URL of the page has been copied to clipboard.
Meaning : খাবলৈ নাপায় ভোকত মৰাৰ দৰে হোৱা অৱস্থা
Example : অকস্মাৎ অহা বিপদৰ কাৰণে বহুতো গঞা দুর্ভিক্ষৰ কৱলত পৰিল
Synonyms : অনাটন, অন্নকষ্ট, অন্নাভাৱ, আকাল, খাদ্যাভাৱ
Meaning : খাদ্য সামগ্রীৰ নাটনি হোৱা সময়
Example : আকাল দূৰীকৰণৰ বাবে চৰকাৰে এখন নতুন আঁচনি প্রস্তুত কৰিছে
Synonyms : অন্নকষ্ট, অন্নাভাৱ, আকাল, খাদ্যাভাৱ
Install App