Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো সহজে বা সাধাৰণতে বুজিব পৰা নাযায়
Example : প্রশ্নটো সমাধান কৰিবৰ কাৰণে এইটো সকলোতকৈ দুর্বোধ্য প্রক্রিয়া
Meaning : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
Example : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
Synonyms : অসহজ, কঠিন, কঠোৰ, দুষ্কৰ, দুৰূহ, বিচল
Install App