Meaning : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু এগুণ অধিক মাত্রাৰ এক পৰিমাণ
Example :
দুইৰ দুগুণ চাৰি
Meaning : যিমান থাকে আৰু সিমান
Example :
যোৱা কিছু বছৰত মোৰ গাঁৱত নিবনুৱা দুগুণ বাঢ়িল
Meaning : যিমান আছে তাৰ সমপৰিমাণৰ আৰু অধিক
Example :
এই দোকানীজনে কিছুমান বস্তু দুগুণ দামত বিক্রী কৰি আছে