Meaning : খেদ বা দুখ কৰা
Example :
মৰা মানুহ কেতিয়াও ঘূৰি নাহে, আপুনি আৰু বেছি দুখ নকৰিব
Synonyms : দুঃখিত হোৱা, দুখী হোৱা
Meaning : কষ্ট আদিত মুখৰ পৰা ওলোৱা দুখসূচক শ্্ব্দ
Example :
তেওঁ ্খাতিয়াত পৰি হুমুনিয়াহ কাঢ়ি আছিল
Synonyms : হুমুনিয়াহ কঢ়া