Subscribe
URL of the page has been copied to clipboard.
Meaning : নি্র্ধনী ব্যক্তি
Example : মহাজন মনোহৰ দাসে সদায় দৰিদ্রৰ সহায় কৰে
Synonyms : গৰীব, দৰিদ্র, নির্ধন, ফকীৰ
Meaning : যাৰ হাতত ধন নিচেই কম থাকে বা একেবাৰেই নাথাকে
Example : নি্র্ধনী ব্যক্তিয়ে পৰিশ্রম কৰি ধনী হʼব পাৰে
Synonyms : গৰিব, গৰীব, দুঃস্থ, দৰিদ্র, ধনহীন, নিধনী, নি্র্ধন, নি্র্ধনী
Install App