Subscribe
URL of the page has been copied to clipboard.
Meaning : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
Example : সোমবাৰ সপ্তাহৰ প্রথম দিন
Synonyms : অহ্ন, দিন, বাসৰ, বাৰ
Meaning : নিশ্চিত বা উচিত সময়
Example : আজি মোৰ লʼৰাটোৰ জন্ম দিন
Synonyms : দিন
Meaning : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
Example : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
Synonyms : অহ, অহ্ন, দিন, দিনা, দিবা, বাসৰ, বাৰ, ৰোজ
Meaning : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ
Example : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে
Synonyms : তিথি, বার্ষিকী, ্পর্ব
Meaning : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
Example : এদিনত আঠটা প্রহৰ থাকে
Synonyms : তিথি, দিন
Meaning : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
Example : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
Install App