Subscribe
URL of the page has been copied to clipboard.
Meaning : বহুত ভাল বা বঢ়িয়া
Example : তেওঁ দিব্য বস্ত্র পৰিধান কৰিলে
Meaning : স্বর্গৰ ্বা স্বর্গৰ সৈতে সম্বন্ধ ৰাখোতা
Example : সাধনা কৰিলে স্বর্গীয় সুখ পোৱা যায়
Synonyms : স্বর্গীয়
Meaning : পৰলোকৰ লগত সম্বন্ধ ৰখা
Example : মহাত্মাজীয়ে পৰলৌকিক কথা কৈ আছে
Synonyms : অলৌকিক, পৰলৌকিক
Install App