Subscribe
URL of the page has been copied to clipboard.
Meaning : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
Example : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
Synonyms : অট্টালিকা, ইমাৰত, কাৰেং, প্রাসাদ, বাস্তু, ভৱন, মহল, সৌধ, হাউলি, হাবেলি
Meaning : যিটো ভৱন অতি ওখ
Example : তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
Synonyms : অট্টালিকা, আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত
Install App