Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
Example : আজিকালি আলুৰ দাম বহুত বাঢ়িল
Synonyms : দৰ
Meaning : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
Example :
Synonyms : দৰ, নিৰিখ, বেচ, ভাও, মূল্য, হাৰ
Meaning : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
Example : হীৰাৰ মূল্য জহুৰীয়েহে জানে
Synonyms : মূল্য
Install App