Subscribe
URL of the page has been copied to clipboard.
Meaning : যি দিয়ে বা দিওঁতা
Example : এই শুভ কামৰ বাবে ধন দাতাসকললৈ আমাৰ আন্তৰিক ধন্যবাদ
Synonyms : প্রদাতা
Meaning : যিজনে দান কৰে
Example : কর্ণ বহুত ্ডাঙৰ দানী আছিল
Synonyms : দান কর্তা, দানী, দায়ক
Meaning : যি বহুত দান দিয়ে
Example : দাতা কর্ণৰ ্দানৰ কাহিনী বিশ্ব প্রসিদ্ধ
Synonyms : দানশীল, দানী
Meaning : সচৰাচৰ যিজনে অধিক দান-দক্ষিণা দিয়ে
Example : দানবীৰ ্কর্ণৰ ্নাম তেওঁৰ ্দানবীৰতাৰ কাৰণে মর্যাদা সহকাৰে লোৱা হয়
Synonyms : দানবীৰ, দানশীল, দানী
Install App