Meaning : লিখনি আদিত কোনো বাক্যৰ শেষ হʼলে তাৰ অন্তত লগোৱা যতি চিহ্ন
Example :
আজি কালি হিন্দী লিখনিত দাড়ি(।)ৰ ঠাইত ফোট (.) ব্যৱহাৰ কৰে
Meaning : পুৰুষৰ থুতৰিত ওলোৱা চুলি
Example :
অধিকাংশ মনীষী ব্যক্তিয়ে দাড়ি ৰাখিছিল