Meaning : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
Example :
তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
Synonyms : দালি
Meaning : ৰুটি, ভাত আদিৰ লগত খোৱাৰ কাৰণে উতলোৱা বা সিজোৱা দাইলৰ এক ৰূপ
Example :
মায়ে আজি দাইল, ভাত আৰু আলুৰ আঞ্জা ৰান্ধিছে
Synonyms : দাইলৰ তৰকাৰী