Subscribe
URL of the page has been copied to clipboard.
Meaning : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
Example :
Synonyms : কাষ, কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, পাৰ, বলুকা, সৈকত
Meaning : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
Example : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
Synonyms : কাষ, কিনাৰ, পাৰ
Install App