Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দশৰথ নন্দন from অসমীয়া dictionary with examples, synonyms and antonyms.

দশৰথ নন্দন   বিশেষ্য

Meaning : ভগৱানৰ অৱতাৰ বুলি ধৰা দশৰথ ৰজাৰ পুত্র

Example : প্রতিজন হিন্দুৱে ভগৱান ৰামৰ পূজা কৰে

Synonyms : দাশৰথ দাশৰথি, ৰঘুকুলনন্দন, ৰঘুতিলক, ৰঘুনাথ, ৰঘুপতি, ৰঘুবৰ, ৰঘুমণি, ৰাম, ৰামচন্দ্র