Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দশা from অসমীয়া dictionary with examples, synonyms and antonyms.

দশা   বিশেষ্য

Meaning : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা

Example : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব

Synonyms : অৱস্থা, স্থিতি

Meaning : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

Example : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

Synonyms : অৱস্থা, গতি, গতিক, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ

Meaning : মানুহৰ জীৱনত বেলেগ বেলেগ গ্রহৰ নিশ্চিত ভোগকাল

Example : এতিয়া মোৰ গ্রহৰ দশা বৰ ভাল চলি আছে

Synonyms : গ্রহ দশা, গ্রহৰ দশা