Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দলিওৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

দলিওৱা   ক্ৰিয়া

Meaning : দলিয়াই দিয়া

Example : তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে

Meaning : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

Example : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

Synonyms : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা

Meaning : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা

Example : ডাষ্টবিনত জাবৰ পেলোৱা হয়

Synonyms : দলিয়া, নিক্ষেপ কৰা, পেলোৱা

Meaning : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা

Example : লʼৰাটোৱে খেলনাটো দলিয়ালে

Synonyms : লদিওৱা

Meaning : আনৰ হতুৱাই দলিয়া

Example : মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে