Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দফা from অসমীয়া dictionary with examples, synonyms and antonyms.

দফা   বিশেষ্য

Meaning : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়

Example : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে

Synonyms : অনুচ্ছেদ, পাৰাগ্রাফ, পেৰাগ্রাফ

Meaning : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ

Example : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে

Synonyms : বাৰ

Meaning : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে

Example : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়

Synonyms : ধাৰা, নিয়ম

Meaning : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম

Example : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম

Synonyms : কিস্তি, খেপ, বাৰ