Subscribe
URL of the page has been copied to clipboard.
Meaning : সেই বিধি বা নিয়ম যাৰ জৰিয়তে কোনো অপৰাধৰ দণ্ড বা বিধান আদিৰ বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হয়
Example : ভাৰতীয় দণ্ডবিধিৰ দফা ৩০২-ৰ অধীনত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়
Synonyms : দণ্ডবিধি
Install App