Subscribe
URL of the page has been copied to clipboard.
Meaning : উত্তৰৰ সন্মুখৰ দিশ
Example : মোৰ ঘৰ ইয়াৰ পৰা দক্ষিণত আছে
Synonyms : দখিণ
Meaning : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
Example : দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
Meaning : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
Example : সুৰেশ দক্ষিণৰ অধিবাসী
Meaning : দক্ষিণৰ সৈতে সম্বন্ধ থকা
Example : সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
Synonyms : দক্ষিণী
Install App