Subscribe
URL of the page has been copied to clipboard.
Meaning : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
Example : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
Synonyms : গণ, গোট, জাক, জুম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
Meaning : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
Example : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
Synonyms : গোট, সমষ্টি, সমূহ, ৰাশি
Install App