Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word থোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

থোৱা   ক্ৰিয়া

Meaning : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা

Example : মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো

Synonyms : থৈ অহা

Meaning : বেয়া হʼবলৈ নিদিয়া

Example : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি

Synonyms : ৰখা

Meaning : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা

Example : মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ

Synonyms : থৈ অহা

Meaning : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত

Example : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া

Synonyms : ঢলা, বকা, ৰখা