Subscribe
URL of the page has been copied to clipboard.
Meaning : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
Example : যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
Synonyms : থকা
Meaning : বঞ্চিত হোৱা
Example : সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল
Synonyms : ৰৈ যোৱা
Meaning : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
Example : বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
Install App