Meaning : থাইলেণ্ডৰ অধিবাসী
Example :
এই হোটেলখনত ভালেমান থাইবাসীয়ে বাহৰ পাতি আছেহি
Synonyms : থাইবাসী, থাইলেণ্ড-বাসী
Meaning : যি লিপিত থাই ভাষা লিখা হয়
Example :
ছোৱালীজনীয়ে বহীখনত থাই লিপি লিখি আছে
Synonyms : থাই লিপি
Meaning : থাইলেণ্ডত থকা বা বসতি কৰা
Example :
এই হোটেলখন কেৱল থাই লোকৰ কাৰণে
Synonyms : থাইলেণ্ডিয়ান
Meaning : থাইলেণ্ডৰ বা তাৰ সৈতে সম্বন্ধ থকা
Example :
থাই সীমান্তত ডকাইতৰ দল গ্রেপ্তাৰ হʼল
Meaning : থাই ভাষাৰ সৈতে সম্বন্ধ থকা
Example :
আমি এখন থাই চিনেমা চালোঁ