Subscribe
URL of the page has been copied to clipboard.
Meaning : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
Example : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
Synonyms : ক্ষেত্র, জেগা, ঠাই, থান, প্রদেশ, ভূমি, স্থল, স্থান
Meaning : পানী নথকা ভূমি ভাগ
Example : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
Synonyms : ভূ-খণ্ড, ভূ-পৃষ্ঠ, মাটি, স্থল, স্থলভূমি
Meaning : কোনো বিশেষ কামৰ কাৰণে কিছুমান মানুহ একেলগে থকা বা গোট খোৱা ঠাই
Example : এই চহৰখন অসামাজিক কামৰ ঘাটি হৈ পৰিছে
Synonyms : আড্ডা, আড্ডাস্থলী, কেন্দ্র, ঘাটি, থলী, স্থল, স্থলী
Install App