Meaning : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
Example :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
Synonyms : থাকি যোৱা
Meaning : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া
Example :
ৰমা সেই কোঠাটোত আছে
Meaning : বেয়া হৈ নোযোৱা
Example :
ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে
Meaning : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য
Example :
মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা
Synonyms : নির্বাহ কৰা
Meaning : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা
Example :
টেংকিত পানী আছে এই বটলত পানী আছে
Meaning : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
Example :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
Synonyms : স্থিত হোৱা, হোৱা
Meaning : কʼৰবাত আশ্রয় লোৱা
Example :
আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ