Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য
Example : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে
Synonyms : এৰা, পৰিত্যাগ
Meaning : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য
Example : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল
Synonyms : উৎসর্গ, এৰা, পৰিত্যাগ
Install App