Meaning : সত্তৰৰ লগত তিনি যোগ কৰিলে পোৱা সংখ্যা
Example :
তিৰাল্লিশ আৰু ত্রিশৰ যোগফল তেসত্তৰ
Synonyms : ৭৩
Meaning : সত্তৰ আৰু তিনি
Example :
ৰাজুৱে দশমমান শ্রেণীৰ পৰীক্ষাত তেসত্তৰ শতাংশ নম্বৰ পাই উত্তী্র্ণ হৈছে
Synonyms : তিনিকুৰি তেৰ, ৭৩