Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ
Example : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল
Synonyms : খুন, তেজ, লহু, লোহিত, শোণিত, ৰক্ত, ৰুধিৰ
Install App