Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word তৃতীয় প্রহৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

তৃতীয় প্রহৰ   বিশেষ্য

Meaning : দুপৰীয়াৰ পিছৰ সময় বা দিনৰ তৃতীয় প্রহৰ

Example : তেওঁ আজি আবেলি আহিব

Synonyms : অপৰাহ্ন, আবেলি, পিছবেলা, ভাটিবেলা

Meaning : দিনৰ সেই সময় যেতিয়া ছায়া পশ্চিমৰ পৰা পূৱৰ ফাললৈ ঘূৰে

Example : কিছু দেৰিৰ পিছতে তৃতীয় প্রহৰ হʼবৰ হʼল

Synonyms : ্আৱর্তন