Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ বুদ্ধি বহু প্রখৰ বা তীক্ষ্ণ
Example : তীক্ষ্ণবুদ্ধি মনোহৰ এজন ভাল খেলুৱৈ
Synonyms : প্রখৰবুদ্ধি
Meaning : যাৰ স্মৰণ শক্তি অতি প্রখৰ
Example : সেই তীক্ষ্ণবুদ্ধিৰ ছাত্রজন বিদ্যালয়খনৰ গৌৰৱ আছিল
Install App