Meaning : এজোপা উদ্ভিদ যাৰ গুটিৰ পৰা তেল ওলায়
Example :
তিলৰ বীজ পূজা, জজ্ঞ আদিৰ কামত আহে
Meaning : চালত নিজে নিজে হোৱা কʼলা বা ৰঙা ৰঙৰ এবিধ সৰু চিহ্ন বা দাগ
Example :
তেওঁৰ ্ গালত কʼলা তিল আছে
Meaning : নাৰীয়ে কʼলা ফোটৰ আকাৰত গাল, ঠুতৰি আদিত বিন্ধাই বনাই লোৱা চিহ্ন
Example :
সীতাই নিজৰ গালত টেটু অঁ্কা তিৰোতাৰ দ্বাৰা তিল বনোৱাই আছে
Synonyms : বিউটি স্পট
Meaning : এজোপা উদ্ভিদৰ বীজ যাৰ পৰা তেল উলিওৱা হয়
Example :
তেওঁ প্রতিদিন গা ধোৱাৰ পিছত তিলৰ তেল লগায়