Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু দুগুণ অধিক মাত্রাৰ এক পৰিমাণ
Example : তিনিৰ তিনিগুণ ন
Meaning : দুগুণতকৈ আৰু এগুণ বেছি
Example : যোৱা কিছু বছৰত তিনিগুণ মূল্যবৃদ্ধি হʼল
Meaning : যিমান আছে তাতকৈ আৰু দুগুণ বেছি
Example : প্রতি বছৰৰ তুলনাত এই বছৰত তিনিগুণ বেছি শস্য উৎপাদন হৈছে
Synonyms : তিনি গুণ
Install App