Meaning : তিনি সংখ্যাত পৰা ইংৰাজী মাহৰ এটা তাৰিখ
Example :
মই তিনি তাৰিখে ঘৰলৈ যাম
Synonyms : তিনি তাৰিখ
Meaning : এক আৰু দুই যোগ কৰি পোৱা সংখ্যা
Example :
পাঁচৰ পৰা দুই বিয়োগ কৰিলে তিনি পোৱা যায়
Synonyms : ৩